সাপেখাতী: সাপেখাটীত সদ্য প্ৰয়াত লোকৰ পৰিয়ালৰ লগত মতবিনিময় কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সাপেখাটী মণ্ডলৰ অন্তৰ্গত ১ নং হাওঁফাওঁ গাঁৱৰ নিবাসী হেমন্ত গগৈ দেৱৰ কিছুদিন পূৰ্বে বৈকুণ্ঠগামী হয়। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ এশাৰী মাত লগাওঁ লগতে হেমন্ত গগৈৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি প্ৰাৰ্থনা জনাই আৰু শোক সন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে