সাপেখাতী: সোণাৰি বৰহাট মণ্ডলৰ ৪২ নং বুথত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
আজি বৰহাট মণ্ডলৰ অন্তৰ্গত ৪২ নং বুথত নিৰ্বাচিনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ বিপুল ভোটত জয় যুক্ত কৰি মোদী হাত শক্তিশালী কৰিবলৈ দিনে নিশাই প্ৰচাৰ অভিযান চলাইছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে