সোণাৰি: জালুকণিত দিচাং নদীত উপঙি আছে এটা মৃতদেহ, বহু সময়লৈকে আৰক্ষী উপস্থিত নোহোৱাত নদীত উঠি গ'ল মৃতদেহটো
বকতা জালুকণিত অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ স্থানীয় ৰাইজৰ জালুকণি অঞ্চলৰ দিচাং নদীত উপঙি আছে মৃতদেহটো। স্থানীয় নেমুগুৰি আৰক্ষীক অৱগত কৰা পাছটো উপষ্ঠিত হোৱা নাই।আৰক্ষীৰ হেমাহিৰ বাবে মৃতদেহটো নদী উতি গ'ল। ২বজাত আৰক্ষী উপস্থিত হৈছিল যদিও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহল ৷