সোণাৰি: সোণাৰিত সোণাৰিৰ আৰক্ষীৰ জালত স্কুটি চোৰ,চুৰি স্কুটি উদ্ধাৰ
সোণাৰিত সোণাৰি নগৰৰ ৪ নং ৱাৰ্ডৰ প্ৰবীণ শইকীয়া নামৰ লোকজনৰ গৃহৰ পৰাAS04 T 9722 নম্বৰ স্কুটি খন চুৰি হোৱাত সোণাৰি আৰক্ষীক খবৰ দিয়ে। যান বাহন আৰক্ষী পৰিদৰ্শক মৃদুল বৰুৱা,সোণাৰি আৰক্ষীয়ে অনুসন্ধান চলাই ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰত চোৰটোক আটক কৰিবলৈ সক্ষম হয়। সোণাৰি আৰক্ষীয়ে নগালেণ্ডত স্কুটি খন বিক্ৰী কৰাৰ খবৰ পাই স্কুটিখন নগালেণ্ডৰ পৰা পুনৰ উদ্ধাৰ কৰি আনি বৃস্পতিবাৰে ৮বজাত গৰাকীক চমজাই দিয়ে।আনহাতে সুৰজিৎ সিনহাক স্কুটি চুৰি কৰা অভিযোগত আৰক্ষীয়ে আটক কৰে যদিও দূটা চোৰ পলাত