Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বকো: বকোৰ ডিৰিমাত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ, বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ লোকৰ

Boko, Kamrup | Sep 27, 2025
শনিবাৰে বকোত বনৰীয়া হাতীৰ সন্ত্ৰাস।বকোৰ ডিৰিমাত সনন্ত ৰাভাৰ বাসগৃহ লণ্ড ভণ্ড কৰিলে বনৰীয়া হাতীয়ে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটো। ভাঙি চুৰমাৰ কৰিলে ঘৰৰ বেৰ,বিচনা,আলনাৰ লগত আন আচবাব সামগ্ৰী।

MORE NEWS