Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
मौत
Congress
Modi
Delhi
Viral
Rajasthan
मध्यप्रदेश
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
Crimenews
Karnataka
Aap

মানকাচৰ: দক্ষিণ শালমাৰা থানাৰ উদ্দ্যোগত বদিয়েৰ আলগাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা

বুধবাৰে আবেলি আনুমানিক ৪ বজাত দক্ষিণ শালমাৰা আৰক্ষীৰ উদ্দ্যোগত দক্ষিণ শালমাৰা থানা এলেকাৰ বদিয়েৰ আলগাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা । উক্ত সজাগতা সভাত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এছ খুবুংৰ নেতৃত্বত আয়োজন কৰা হয়। উল্লেখ্য যে বৰ্তমান সমাজত দ্ৰুত গতিত যুৱ সমাজে নিচাজাতীয় সামগ্ৰীৰ প‌্ৰতি আসক্ত হৈ আছে।