Public App Logo
Jansamasya
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
No video available

ভূৰাগাঁও: "নৰেন্দ্ৰ মোডী ভাৰতৰ ৰাজগুৰু হবলৈ গৈ আছে।"শুক্ৰবাৰে গেৰুৱাত এই মন্তব্য মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰিৰ ।

Bhuragaon, Morigaon | Apr 12, 2024
নৰেন্দ্ৰ মোডী ভাৰতৰ ৰাজগুৰু হবলৈ গৈ আছে। শুক্ৰবাৰে গেৰুৱাত এই মন্তব্য কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰিয়ে ।মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰিয়ে আজি কেবাখনো নিৰ্বাচনী সভাত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰচাৰ চলাই আবেলি৪-৩০ ত গেৰুৱাত উপস্হিত হৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত নৰেন্দ্ৰ মোদী ভাৰত বৰ্ষৰ ৰাজগুৰু হবলৈ গৈ আছে বুলি কয়। তেওঁ কয় ময়ো এদিন কংগ্ৰেছত আছিলো কিন্তু সময়ৰ আহ্বানত বিজেপিত যোগ দিলো।সেয়ে সকলো কংগ্ৰেছী লোকক তেওঁ বিজেপি কৰিবলৈ কয়