Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
���िल्ली
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
���ादी
Crimenews
Aap
Indore
Bareilly

সোৱণশিৰি ভাগ: গাদাঙৰ চুকত আৰক্ষীক আক্ৰমণ ৰাইজৰ,পৰকীয়া প্ৰেমিক যুগলক আটক কৰিবলৈ গৈ আহত দুই আৰক্ষীৰ লোক

ঢকুৱাখনা সমজিলাৰ ঘিলামৰা থানাৰ দুগৰাকী আৰক্ষী বৃহস্পতিবাৰে একাংশ উন্মাদ ৰাইজৰ দলবব্ধ আক্ৰমণৰ বলি হ’ব লগা হয়। ঘিলামৰা থানাৰ অন্তৰ্গত গা ডাঙৰচুক গাঁৱৰ পৰা এহাল পৰাকীয়া প্ৰেমত আবদ্ধ অভিযুক্তক উদ্ধাৰ কৰিবলৈ গৈ বৃহস্পতিবাৰে গণ উন্মাদনাৰ চিকাৰ হ’ব লগা হৈ গুৰুতৰ ভাবে আহত হয় দুই আৰক্ষী।ঘটনাৰ বিবৰণ অনুসৰি ঘিলামৰা থানাৰ অন্তৰ্গত দুটা পুৰুষ মহিলা পৰাকীয়া প্ৰেমৰ বান্ধোনত বান্ধ খাই দুয়ো বহু দিন বৰ্হিৰাজ্যত আত্মগোপন কৰি আছিল।পৰৱৰ্তী সময়ত এটা সংগঠনৰ তৎপৰতাত স্বগৃহলৈ অনাৰ আনে।

MORE NEWS