Public App Logo
Jansamasya
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
No video available

ভূৰাগাঁও: কুশতলি নিজগেৰুৱা মণ্ডল বিজেপিৰ উদ্যোগত নিজ গেৰুৱাৰ বিজেপি কাৰ্যালয়ত বিজেপিৰ নিৰ্বাচনী সভা ।

Bhuragaon, Morigaon | Apr 11, 2024
বৃহস্পতি বাৰে কুশতলি নিজগেৰুৱা মণ্ডল বিজেপিৰ উদ্যোগত নিজ গেৰুৱাৰ বিজেপি নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত হয় এখনি নিৰ্বাচনী সভা । আবেলি ৩ বজাত অনুষ্ঠিত সভা খনত মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকলৰ লগতে উপস্হিত থাকে কুশতলি নিজগেৰুৱা মণ্ডল বিজেপিৰ অধিনৰ বুথৰ সমিতিৰ কৰ্মকৰ্তা সকল । সভাখনত অঞ্চলটোৰ তিনিটা পঞ্চায়তত হব লগা নগাঁও লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভা সম্পৰ্কে আলোচনা কৰা হয়।
ভূৰাগাঁও: কুশতলি নিজগেৰুৱা মণ্ডল বিজেপিৰ উদ্যোগত নিজ গেৰুৱাৰ বিজেপি কাৰ্যালয়ত বিজেপিৰ নিৰ্বাচনী সভা । - Bhuragaon News