Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
Bjp
National
Police
Bihar
India
कांग्रेस
Gujarat
Accident
Congress
Modi
Delhi
Viral
मारपीट
Jharkhand
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Crimenews
MyGovAssamese
Asmita Dey's historic Commonwealth Games gold is not just India's first in judo.
1.4k views |
Assam, India
| Aug 5, 2026
MORE NEWS
⭕বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাক ৰাজহুৱা সম্বৰ্ধনা বৰভাগ প্ৰেছ ক্লাবৰ ⭕বৰভাগ প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে দহ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা বিধায়ক ডেকাৰ #barbhagpressclub #MLA #felicitation #Nalbari #journalist #axombroadcast24
Nalbari, Nalbari | Aug 7, 2026
⭕বৰক্ষেত্ৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আচনিৰ প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠান ⭕অনুষ্ঠানত অংশ লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰ-পত্ৰ বিতৰণ কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই #cmnijutmaina #cmnijutbabu #Barkhetrycollege #narayandeka #axombroadcast24
Nalbari, Nalbari | Aug 6, 2026
⭕নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন ⭕আধাৰশিলা স্থাপন কৰে বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই #nalbari #foundationlaiddown #Nalbaridevelopmentauthority #jayantamallabaruah #axombroadcast24
Nalbari, Nalbari | Aug 6, 2026
⭕মৰণফান্দত পৰিণত ওদালগুৰি-তামুলপুৰ ৰাষ্ট্ৰীয় ঘাইপথ ⭕পথটোৰ ডিমাকুছি শুক্লাইত বাইক আৰু টাটা ডি আইৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন ⭕নিহত জনৰ নাম সুনীল দাস ⭕গুৰুতৰভাৱে আহত নালাপাৰাৰ ৰক্তিম কলিতাক জি এম চি এইচলৈ প্ৰেৰণ ⭕পথটোৰে চাহপাত কঢ়িয়াই অনা AS-01-GP-0436 নম্বৰ সম্বলিত এখন ডি আই বাহনেৰে AS-16-AC-3986 নম্বৰৰ পালছাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা #odalguridistrict #RoadAccident #onedeath #Injured #axombroadcast24
Nalbari, Nalbari | Aug 4, 2026
⭕উজনিৰ বানপীড়িতলৈ সহায়ৰ হাত বৰভাগৰ যুৱ ব্যৱসায়ী অৰূপ কলিতাৰ ⭕অৰূপ কলিতা নেতৃত্বাধীন ভৈৰৱ কলিতা ট্ৰাষ্টৰ তৰফৰ পৰা উজনিৰ বানপীড়িত লোকলৈ বান সাহায্য প্ৰদান #nalbari #AssamFloods #helpinghands #socialworker #arupkalita #axombroadcast24
Nalbari, Nalbari | Aug 4, 2026