Public App Logo
Jansamasya
News
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
सपा
कानपुर
Pm
Uttarpradesh

শিৱসাগৰ: সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ প্ৰতিনিধি সভা অনুষ্ঠিত শিৱসাগৰত

Sibsagar, Sivasagar | May 17, 2026

MORE NEWS

'আমাক শেষ কৰিলেও কৰিব, জেললৈ পঠিয়ালেও পঠাব'। 'ৰাইজৰ স্বাৰ্থত, উজনিৰ জনতাৰ বাবে মাত মাতি যাম'। 'চৰকাৰে উত্তৰ দিব লাগে হাজাৰ-হাজাৰ কোটি টকা নষ্ট হোৱাৰ পিছত ৫০ হাজাৰ কোটি টকা আমাক কোনে দিব?' 'কেৱল পৰিদৰ্শনৰ বাবে মানুহ পঠিয়ালে নহ'ব'। উজনিৰ বানাক্ৰান্তক সহায়ক লৈ চৰকাৰৰ বিৰুদ্ধে গৰ্জন আটাছুৰ সভাপতি বসন্ত গগৈৰ। 
#flood #upperassam #sivasagar

'আমাক শেষ কৰিলেও কৰিব, জেললৈ পঠিয়ালেও পঠাব'। 'ৰাইজৰ স্বাৰ্থত, উজনিৰ জনতাৰ বাবে মাত মাতি যাম'। 'চৰকাৰে উত্তৰ দিব লাগে হাজাৰ-হাজাৰ কোটি টকা নষ্ট হোৱাৰ পিছত ৫০ হাজাৰ কোটি টকা আমাক কোনে দিব?' 'কেৱল পৰিদৰ্শনৰ বাবে মানুহ পঠিয়ালে নহ'ব'। উজনিৰ বানাক্ৰান্তক সহায়ক লৈ চৰকাৰৰ বিৰুদ্ধে গৰ্জন আটাছুৰ সভাপতি বসন্ত গগৈৰ। #flood #upperassam #sivasagar

Sibsagar, Sivasagar | Jul 29, 2026

Sibsagar, Sivasagar | Jul 29, 2026

শিৱসাগৰত বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই।

তাৰ মাজতে আজি শিৱসাগৰ কৰ্দৈগুৰি অঞ্চলত বানপানীৰ পিছত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে চুকাফা হস্পিটেলৰ উদ্যোগত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

যিসকল লোক বানপানীৰ ফলত অসুস্থতা, জ্বৰ, কাহ, ছালৰ সমস্যা, পানীবাহিত ৰোগ বা আন স্বাস্থ্যজনিত সমস্যাত ভুগি সকলোকে চিকিৎসা শিবিৰত চিকিৎসা ব্যৱস্থা কৰা হৈছে।

#news #HelpAssam #flooddonation  #floodreliefcamp #oursivasagar #sivasagar #Medicalcamp

শিৱসাগৰত বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই। তাৰ মাজতে আজি শিৱসাগৰ কৰ্দৈগুৰি অঞ্চলত বানপানীৰ পিছত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে চুকাফা হস্পিটেলৰ উদ্যোগত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। যিসকল লোক বানপানীৰ ফলত অসুস্থতা, জ্বৰ, কাহ, ছালৰ সমস্যা, পানীবাহিত ৰোগ বা আন স্বাস্থ্যজনিত সমস্যাত ভুগি সকলোকে চিকিৎসা শিবিৰত চিকিৎসা ব্যৱস্থা কৰা হৈছে। #news #HelpAssam #flooddonation #floodreliefcamp #oursivasagar #sivasagar #Medicalcamp

Sibsagar, Sivasagar | Jul 29, 2026