Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

ওদালগুৰিৰ পৰা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ গুৰু দায়িত্বত অধিষ্ঠিত হ'ল সমৰাজ সোনাৰ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক সমৰাজ সোনাৰক ওদালগুৰিত বিপুল আদৰণি আগছু কৰ্মীৰ লগতে বহু জাতীয়-দল সংগঠনৰ। ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন ছাত্ৰ নেতা জনক। #AAGSU

Udalguri, Udalguri | Jul 17, 2026

MORE NEWS

◾ৰাজ্যজুৰি অব্যাহত থকা ভয়াবহ বান পৰিস্থিতিৰ সময়ত বানপীড়িতৰ কাষত থিয় দিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)
◾ওদালগুৰি জিলাৰ ওদালগুৰি আৰু ওৰাং নগৰ শাখাৰ উদ্যোগত আৰম্ভ হৈছে ব্যাপক 'বান সাহায্য আৰু পুঁজি সংগ্ৰহ অভিযান'।
◾বানপীড়িত পৰিয়ালসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰে সৰ্বাত্মক সাহায্য প্ৰদানৰ লক্ষ্য এবিভিপিৰ।
◾সংকটকালত বানাক্ৰান্তৰ সহায়ৰ বাবে প্ৰতিগৰাকী সচেতন নাগৰিকক একগোট হৈ ওলাই আহিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ।

◾ৰাজ্যজুৰি অব্যাহত থকা ভয়াবহ বান পৰিস্থিতিৰ সময়ত বানপীড়িতৰ কাষত থিয় দিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) ◾ওদালগুৰি জিলাৰ ওদালগুৰি আৰু ওৰাং নগৰ শাখাৰ উদ্যোগত আৰম্ভ হৈছে ব্যাপক 'বান সাহায্য আৰু পুঁজি সংগ্ৰহ অভিযান'। ◾বানপীড়িত পৰিয়ালসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰে সৰ্বাত্মক সাহায্য প্ৰদানৰ লক্ষ্য এবিভিপিৰ। ◾সংকটকালত বানাক্ৰান্তৰ সহায়ৰ বাবে প্ৰতিগৰাকী সচেতন নাগৰিকক একগোট হৈ ওলাই আহিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ।

Udalguri, Udalguri | Jul 25, 2026

ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ। দেশ- বিদেশৰ মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত Admission ৰ বাবে যোগাযোগ কৰক - 9678356143

ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ। দেশ- বিদেশৰ মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত Admission ৰ বাবে যোগাযোগ কৰক - 9678356143

Udalguri, Udalguri | Jul 24, 2026

■ কলাইগাঁওত চিকিৎসালয়লৈ অহা মামা-ভাগিনক প্ৰহাৰ মিঞা যুৱকৰ।
■ মিঞা যুৱকে আক্ৰমণ কৰিলে বিপুল দাস আৰু জিন্তু বণিয়াক।
■ কালি সন্ধিয়া কটুৰ চকত সংঘটিত হৈছিল এই ঘটনা।
■ ঘটনাকলৈ আজি কলাইগাঁওৰ কটুৰ চকত উত্তাল প্ৰতিবাদ।
■ আছু- বীৰ লাচিত সেনাই টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ।
■ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী সংগঠন দুটাৰ।
■ সম্প্ৰীতি বিনষ্ট নকৰিলৈ আহ্বান সংগঠন দুটাৰ।

■ কলাইগাঁওত চিকিৎসালয়লৈ অহা মামা-ভাগিনক প্ৰহাৰ মিঞা যুৱকৰ। ■ মিঞা যুৱকে আক্ৰমণ কৰিলে বিপুল দাস আৰু জিন্তু বণিয়াক। ■ কালি সন্ধিয়া কটুৰ চকত সংঘটিত হৈছিল এই ঘটনা। ■ ঘটনাকলৈ আজি কলাইগাঁওৰ কটুৰ চকত উত্তাল প্ৰতিবাদ। ■ আছু- বীৰ লাচিত সেনাই টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। ■ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী সংগঠন দুটাৰ। ■ সম্প্ৰীতি বিনষ্ট নকৰিলৈ আহ্বান সংগঠন দুটাৰ।

Udalguri, Udalguri | Jul 23, 2026

ওদালগুৰিৰ পৰা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ গুৰু দায়িত্বত অধিষ্ঠিত হ'ল সমৰাজ সোনাৰ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক সমৰাজ সোনাৰক ওদালগুৰিত বিপুল আদৰণি আগছু কৰ্মীৰ লগতে বহু জাতীয়-দল সংগঠনৰ। ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন ছাত্ৰ নেতা জনক। #AAGSU - Udalguri News