সোণাৰি: সোমবাৰে বাঁহবৰীয়া ভাতি আৰু সেউজীপাম নামঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ।
সোমবাৰে বাঁহবৰীয়া ভাতি আৰু সেউজীপাম নামঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ । সোমবাৰে দিনৰ ১১ বজাত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অসম দৰ্শনৰ ২০২৩-২৪ বৰ্ষৰ ৩ লাখ টকাৰ পূঁজিৰে নিৰ্মাণ হʼবলগীয়া লংপতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঁহবৰীয়া ভাতি নামঘৰ আৰু দিনৰ ১ বজাত মিৰি পথাৰ সেউজী পাম নামঘৰৰ আধাৰশিলা গাঁওবাসীৰ উপস্থিতিত স্থাপন কৰে ।