Public App Logo
Jansamasya
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
Fatehpur
Kanganaranaut
Amitshah
No video available

সোণাৰি: অসম দর্শন আঁচনি অনিৰ্ধাৰিত পুঁজি আঁচনিৰ অধীনত বৰহাট আৰু সাপেখাতীত ৬ টাকৈ আঁচনি আধাৰশিলা সোণাৰি সমষ্টিৰ বিধায়ককৰ ৷

Sonari, Charaideo | Mar 10, 2024
আজি অসম দর্শন আঁচনি আৰু অনিৰ্ধাৰিত পুঁজি আঁচনিৰ অধীনত সোণাৰি সমষ্টিৰ উন্নয়নৰ লক্ষ্য ৰাখি বৰহাট আৰু সাপেখাতী অঞ্চলত ৬ টাকৈ আঁচনিৰ অধীনত উত্তৰ চোমদাৰ হৰি নামঘৰ,ডাবলু বৰ নামঘৰ,শংকৰ জ্যোতি প্ৰাথমিক নামঘৰ,গড়কোষ প্রথমিক শাখা নামঘৰৰ প্ৰেক্ষাগৃহ বোকাপথাৰ গোপিনী নামঘৰৰ আধাৰশিলা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৷