সাপেখাতী: মিছাজানত বাঘৰ সন্ত্ৰাস,বীৰেন ভাজনীৰ দুজনী,পুতুল মালাকাৰ এজনী ছাগলী নাহৰফুটুকী বাঘে ভক্ষণ
দিন দুপৰতে প্ৰায় ৯-৩০ বজাত বৰহাট আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত মিছাজান গাওঁত বীৰেন ভাজনীৰ দুজনী আৰু পুতুল মালাকাৰ এজনী ছাগলী নাহৰফুটুকী বাঘে ভক্ষণ কৰে।উল্লেখ্য যে বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নাহৰফুটুকী বাঘে ধাৰাবাহিক ভাবে গৰু,ছাগলী, গাহৰি খাই সন্ত্ৰাস সৃষ্টি কৰি থকা সময়তে আজি পুণৰ মিছাজানৰ বীৰেন ভাজনীৰ দুজনী,পুতুল মালাকাৰৰ এজনী ছাগলী বাঘে নিহত কৰি ভক্ষণ কৰে।