সাপেখাতী: শালকাঠনিত বিজেপি চাহ জনগোষ্ঠী মৰ্চা গাওঁ চলৌ অভিযান চোতাল বৈঠকত চাহ জনগোষ্ঠী মৰ্চা চৰাইদেউ জিলা সমিতি সভাপতি বিজয় ভূমিজ
বিজেপি জনগোষ্ঠী মৰ্চা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত শালকাঠনি চাহ বাগিচাত মঙ্গলবাৰে আবেলি ২টা বজাত গাওঁ চলৌ অভিযান চোতাল বৈঠক অনুষ্ঠিত হয়।বৈঠকত চাহ জনগোষ্ঠী মৰ্চা চৰাইদেউ জিলা সমিতিৰ সভাপতি বিজয় ভৌমিজ,বৰহাট মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ সাধাৰণ সম্পাদক দীপ তন্তবাই অংশগ্ৰহণ কৰা সভাত চৰকাৰৰ উন্নয়নমূলক আঁচনি সমূহ আৰু চাহ জনগোষ্ঠী লোক সকলৰ বাবে ৰূপায়ন কৰা আঁচনি সমূ্হৰ ওপৰত আলোচনা কৰাৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা হয়।