সাপেখাতী: চৰাইপুঙত জয় বিজয়ৰ ভক্তি পৰীক্ষা,শনিৰ চক্রান্ত, মধুদৈত্য বধ ভাওনা মঞ্চস্থত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে
নগাহাটত ডাবলু সাৰ্বজনীন নামঘৰৰ উদ্যোগত তথা ডাবলু বৰ নামঘৰ, নগাহাট পাঞ্চজন্য নামঘৰ আৰু স্থানীয় ৰাইজৰ সহযোগত শনিবাৰে নিশা ন বজাত জয় বিজয়ৰ ভক্তি পৰীক্ষা, শনিৰ চক্ৰান্ত, মধুদৈত্য বধ শীৰ্ষক এখন নাট মঞ্চস্থ কৰা হয়। নাটখন উদ্বোধনী সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে।