Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
No video available

সাপেখাতী: নগাহাটত ডাবলু সার্বজনীন নামঘৰৰ উদ্যোগত দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে ভাগৱত যাত্ৰা

Sapekhati, Charaideo | Mar 2, 2024
নগাহাটত ডাবলু সাৰ্বজনীন নামঘৰৰ উদ্যোগত তথা ডাবলু বৰ নামঘৰ,নগাহাট পাঞ্চজন্য নামঘৰ আৰু স্থানীয় ৰাইজৰ সহযোগত ভাগৱত যাত্ৰা। আজি শনিবাৰে তিনিটা বজাত দ্বি-বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি শতাধিক ভক্তৰ সমাবেশে ডাবলু নামঘৰ পৰা নগাহাট,বিমলাপুৰ চৰাইপুং হৈ শতাধিক ভক্তই অংশগ্ৰহণ কৰে ভাগৱত যাত্ৰাত।