সাপেখাতী: বৰহাট চাহ বাগিচাত বাঘৰ সন্ত্ৰাস,পুণৰ এটা গৰু নাহৰফুটুকী বাঘৰ ভক্ষণ
বৰহাট চাহ বাগিচাত নাহৰফুটুকী বাঘে এটা গৰু আজি চাৰিটা বজাত ভক্ষণ কৰে। উল্লেখ্য যে বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নাহৰফুটুকী বাঘে ধাৰাবাহিক ভাবে গৰু,ছাগলী, গাহৰি খাই সন্ত্ৰাস সৃষ্টি কৰি থকা সময়তে আজি পুণৰ বৰহাট চাহ বাগিচাৰ এটা নলাত নাহৰফুটুকী বাঘে এটা গৰু নিহত কৰি ভক্ষণ কৰে।