সাপেখাতী: বৰহাটত বৰহাট আৰক্ষী থানাৰ সাফল্য, উত্তৰ চোমদাৰ আনন মাৰ্ডি নামৰ এটা গৰু চোৰক আটক কৰি জেল'লৈ প্ৰেৰণ কৰে
বৰহাট আৰক্ষী থানাৰ সাফল্য, আনন মাৰ্ডি নামৰ এটা গৰু চোৰক শুক্ৰবাৰে আবেলি ১ঃ৩০ বজাত আটক কৰি জেল'লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চল সমূহত ধাৰাবাহিক ভাৱে গৰু চুৰিৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে আজি উত্তৰ চোমদাৰ আনন মাৰ্ডি নামৰ এটা গৰু চোৰক বৰহাট থানাৰ আৰক্ষীয়ে আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 5/24/380/413 ধাৰাত কেচ ৰুজু কৰি জেল'লৈ প্ৰেৰণ কৰে।