ওদালগুৰি: চহৰৰ বিজে প্লাজা কনফাৰেন্সৰ হলত জিলা বিজেপিৰ আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযানৰ কৰ্মশালা অনুষ্ঠিত হয়
আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযানৰ জিলা কৰ্মশালা এখন দিনযোৰা কাৰ্য্যসূচীৰে ওদালগুৰি চহৰত বিজে প্লাজা কনফাৰেন্সৰ হলত অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী, উপ সভাপতি বিকন চন্দ্ৰ ডেকা, জিলা প্ৰভাৰী ধীৰেণ ডেকা,সহ প্ৰভাৰী বাবুল চন্দ্ৰ বড়ো, প্ৰমুখ্যে দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকল উপস্থিত থাকে।