Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

♦নলবাৰীৰ চামতাৰ বৈশ্য চুবুৰিত বোৱাৰী নিৰুদ্দেশৰ ঘটনা ♦দুই সন্তানৰ মাতৃ নিৰুদ্দেশৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ♦২৭ জুনৰ পৰা কোনো শুংসুত্ৰ নাই কল্পনা বৈশ্য নামৰ এগৰাকী বোৱাৰী ♦৮ বছৰীয়া পুত্ৰ সন্তানক লগত লৈ বৰপেটা বনিয়াকুছিৰ হালধিবাৰীৰ মাকৰ ঘৰলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই কল্পনাৰ । ♦ঘটনা সন্দৰ্ভত বেলশৰ আৰক্ষীক এজাহাৰ দাখিল পৰিয়ালৰ । #Nalbari #Womanmissing #ChaMaTa #axombroadcast24

Nalbari, Nalbari | Jul 7, 2026

MORE NEWS

♦নলবাৰীৰ চামতাৰ বৈশ্য চুবুৰিত বোৱাৰী নিৰুদ্দেশৰ ঘটনা ♦দুই সন্তানৰ মাতৃ নিৰুদ্দেশৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ♦২৭ জুনৰ পৰা কোনো শুংসুত্ৰ নাই কল্পনা বৈশ্য নামৰ এগৰাকী বোৱাৰী ♦৮ বছৰীয়া পুত্ৰ সন্তানক লগত লৈ বৰপেটা বনিয়াকুছিৰ হালধিবাৰীৰ মাকৰ ঘৰলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই কল্পনাৰ । ♦ঘটনা সন্দৰ্ভত বেলশৰ আৰক্ষীক এজাহাৰ দাখিল পৰিয়ালৰ । #Nalbari #Womanmissing #ChaMaTa #axombroadcast24 - Nalbari News