Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

MORE NEWS

♦দুদিন ধৰি নিখোজ বৰভাগৰ বৰকুৰিহাৰ গিৰীণ বৈশ্য
#nalbari 
#missing 
#barbhag 
#axombroadcast24

♦দুদিন ধৰি নিখোজ বৰভাগৰ বৰকুৰিহাৰ গিৰীণ বৈশ্য #nalbari #missing #barbhag #axombroadcast24

Nalbari, Nalbari | Jul 13, 2026

♦মুকালমুৱা দৌলাশালত ভয়ংকৰ পথ দুৰ্ঘটনা।
♦নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত কৌস্তুভ ৰয়ৰ মহানুভৱতা।
♦পথ দুৰ্ঘটনাত আহত হৈ পৰি থকা দূৰ্ঘটনাগ্ৰস্তক নিজ বাহনেৰে লৈ আহিল চিকিৎসালয়লৈ   অতিৰিক্ত উপায়ুক্ত কৌস্তুভ ৰয়ে।
♦ইতিমধ্যে আহত পুতুলি ডেকা নামৰ মহিলা গৰাকীৰ  মৃত্যু হোৱা জানিব পৰা গৈছে।
#nalbari 
#Adchumanity 
#accident 
#axombroadcast24

♦মুকালমুৱা দৌলাশালত ভয়ংকৰ পথ দুৰ্ঘটনা। ♦নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত কৌস্তুভ ৰয়ৰ মহানুভৱতা। ♦পথ দুৰ্ঘটনাত আহত হৈ পৰি থকা দূৰ্ঘটনাগ্ৰস্তক নিজ বাহনেৰে লৈ আহিল চিকিৎসালয়লৈ অতিৰিক্ত উপায়ুক্ত কৌস্তুভ ৰয়ে। ♦ইতিমধ্যে আহত পুতুলি ডেকা নামৰ মহিলা গৰাকীৰ মৃত্যু হোৱা জানিব পৰা গৈছে। #nalbari #Adchumanity #accident #axombroadcast24

Nalbari, Nalbari | Jul 10, 2026

♦নলবাৰীৰ কটাহকুছিত বন্যহস্তীৰ গচকত প্ৰাণ গ'ল এজন বৃদ্ধৰ 
♦বন্যহস্তীৰ গচকত মৃ**ত্যু কটাহকুছিৰ ৬৮ বছৰ বয়সীয়া অন্ন কলিতাৰ 
♦পাগলাদিয়া নৈৰ পাৰত মৃ**তদেহ সৎকাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতাৰ সময়তে বন্যহস্তীয়ে আক্ৰমণ কৰে অন্ন কলিতাক
#nalbari 
#ElephantAttack 
#katahkuchi 
#axombroadcast24

♦নলবাৰীৰ কটাহকুছিত বন্যহস্তীৰ গচকত প্ৰাণ গ'ল এজন বৃদ্ধৰ ♦বন্যহস্তীৰ গচকত মৃ**ত্যু কটাহকুছিৰ ৬৮ বছৰ বয়সীয়া অন্ন কলিতাৰ ♦পাগলাদিয়া নৈৰ পাৰত মৃ**তদেহ সৎকাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতাৰ সময়তে বন্যহস্তীয়ে আক্ৰমণ কৰে অন্ন কলিতাক #nalbari #ElephantAttack #katahkuchi #axombroadcast24

Nalbari, Nalbari | Jul 9, 2026

- Nalbari News