সোণাৰি: বিকাশ যাত্ৰা অব্যাহত ৰাখিবৰ বাবে নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিবলৈ চৰাইদেউত ৰাইজক আহ্বান জনালে সাংসদে
চৰাইদেউ চফ্ৰাইত অনুষ্ঠিত বিজেপিৰ সভাক সম্বোধন কৰি যোৰহাট লোকসভা মিত্ৰ-জোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কয় যে বিকাশ যাত্ৰা অব্যাহত ৰাখিবৰ বাবে নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিবলৈ যোৰহাটত পুনৰ বিজেপি প্ৰাৰ্থী জনক সাংসদ বনাবৈ লাগিব আৰু তাৰ বাবে সকলোৱে অহা ১৯ এপ্ৰিলত ভোটদান কৰিবলৈ আহিব লাগিব ।