গণেশগুৰিৰ যান-জঁটৰ বাবে নহয়, খৰটকীয়া ভ্ৰমণসূচী আৰু Logistical Issuesৰ বাবেহে অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি।
জাপান সংসদৰ অধিৱেশন চলি থকা বাবে অংশ ল'বলৈ শীঘ্ৰে দেশলৈ উভতিব প্ৰধানমন্ত্ৰীগৰাকী। ১-৩ জুলাইত দিল্লীত অনুষ্ঠিত হ’ব ভাৰত-জাপান সন্মিলন। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই বাতৰি।
Assam, India | Jun 23, 2026