Public App Logo
Jansamasya
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
No video available

ভূৰাগাঁও: এজেণ্টক পাবলগীয়া চাউলতকৈ কমকৈ দিয়াৰ বাবে জিলা যোগান বিভাগৰ ADSমতিনুৰ ৰহমানে নগাবন্ধা সমবায় সমিতিৰ চাউলৰ গুডামত তলা লগাই

Bhuragaon, Morigaon | Apr 1, 2024
নগাবন্ধা সমবায় সমিতিৰ পৰিচালনা সমিতিয়ে সমবায় খনৰ অধীনৰ একাংশ এজেণ্টক পাবলগীয়া চাউলতকৈ কমকৈ চাউল যোগান ধৰিছিল সমবায় কৰ্তৃপক্ষই। এই সন্দৰ্ভত মৰিগাঁও যোগান বিভাগত লিখিত অভিযোগ দাখিল কৰিছিল এজেণ্ট সকলে।সেই অভিযোগৰ ভিত্তিত সোমবাৰে আবেলি ৩বজাত মৰিগাঁও যোগান বিভাগৰ ADS মতিনুৰ ৰহমানে সমবায় খনৰ চাউলৰ গুডামত তলা লগাই দিয়ে।