Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

📌 বান সাহাৰ্য্যৰ নামত অহা ট্ৰাকৰ খুন্দাত এজন ব্যক্তিৰ মৃত্যু ট্ৰাক নম্বৰ-8017 বান সাহাৰ্য্য সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকে দিন-দুপৰতে চৌকিডিঙী দেউবৰীয়া বজাৰলৈ অহা এজন ব্যক্তিক মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

📌 বান সাহাৰ্য্যৰ নামত অহা ট্ৰাকৰ খুন্দাত এজন ব্যক্তিৰ মৃত্যু ট্ৰাক নম্বৰ-8017 বান সাহাৰ্য্য সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকে দিন-দুপৰতে চৌকিডিঙী দেউবৰীয়া বজাৰলৈ অহা এজন ব্যক্তিক মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। - Dibrugarh East News