বিহালী সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত গাংমৌ থানখনলৈ বৰ্তমান যাবলৈ পৰ্যটকৰ লগতে ভক্তসকল অসুবিধাৰ সন্মুখীন: কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পিছত চিনাকি চেণ্টাৰটৈও এতিয়া অচিনাকি যেন লাগে, তদুপৰি বৰগাং চেণ্টাৰতে থকা থানখনৰ গেটখন ভাঙি দিয়াৰ পিছত এতিয়া পৰ্যটক সকলৰ লগতে দুৰণি বটিয়া ভক্ত সকল অসুবিধাৰ সন্মুখীন হৈছে, গতিকে গে'টখন শীঘ্ৰেই নিৰ্মাণৰ দাবী ভক্ত সকলৰ।✅✅✅#behalidarpan