সোণাৰি: টেঙাপুখুৰী চোলাধৰা খনিকৰ গাঁওত সংঘটিত হৈছে আত্মহননৰ ঘটনা ব্যক্তি জনৰ নাম দিলীপ বৰুৱা বয়স ৬১ টেঙাপুখুৰী আৰক্ষী উপস্থিত ৷
চৰাইদেউ জিলাৰ দিলীপ বৰুৱা বয়স ৬১ বছৰ পিতৃ লক্ষীধৰ বৰুৱা চোলাধৰা খনিকৰ গাঁওৰ নিজ বাসগৃহত আত্মহনন টেঙাপুখুৰী আৰক্ষীৰ উপস্থিতিত তদন্ত কাৰ্যবাহী দণ্ডাধীশৰ দ্বাৰা মৃতদেহ উদ্ধাৰ কৰি জয়সাগৰ স্থিত অসামৰিক চিকিৎসালয়ৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷