সোণাৰি: নগৰত শিশু সুৰক্ষা আয়োগৰ তীব্ৰ অভিযান, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা তিনিটা শিশু শ্ৰমিকক উদ্ধাৰ
সোণাৰিৰ নগৰত বৃস্পতিবাৰে ২বজাত শিশু শ্ৰমিকৰ বিৰুদ্ধে সোণাৰি নগৰত অভিযান।সোণাৰি নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চৰাইদেউ জিলা শিশু সুৰক্ষা আয়োগৰ।সোণাৰি নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৩ টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰে।