Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
No video available

সোণাৰি: সোণাৰি কচুমাৰিত চাৰিগৰাকী শিক্ষক -কমচাৰীক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা

Sonari, Charaideo | Jun 5, 2024
সোণাৰিৰ কচুমাৰীত চাৰি গৰাকীক শিক্ষক-কৰ্মচাৰীক বুধবাৰে আবেলি চাৰি বজাত বিদায় সম্বৰ্ধনা জনায়। গোলাপ মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত সম্বৰ্দ্ধনা সভা সভাত ভূপেন বৰুৱা , শিক্ষক জ্যোতিময় গগৈ,বিশ্ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক শোভন চাংমাইয়ে।উক্ত অনুষ্ঠানতে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক -শিক্ষয়িত্ৰী বন্দনা হাজৰিকাৰ, প্ৰদীপ চৌধুৰী, স্বৰ্ণলতা দত্ত আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী বিনন্দ বৰুৱাক সম্বৰ্দ্ধনা জনায়।

MORE NEWS