কদৰ্য্যময় পৰিৱেশত বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌপাশ, মহিলা, যুৱতীৰ বাবে নাই প্ৰস্ৰাৱ, পাইখানাগাৰ। প্ৰতিটো অনুষ্ঠানৰ প্ৰাকক্ষণত স্বচ্ছতা অভিযান চলাই অহা অসমৰ চৰকাৰী অনুদান প্ৰতিষ্ঠানত এতিয়া কদৰ্য্যময় পৰিৱেশ, বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ কৰ্মচাৰী বাহিৰে আধাৰ কাৰ্ড চেণ্টাৰ,অসম গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়, পঞ্চায়তৰ বিভিন্ন কামৰ বাবে অহা মহিলা যুৱতীৰ বাবে নাই সুচল প্ৰস্ৰাৱ,পাইখানাগাৰ। শীঘ্ৰেই নিৰ্মাণৰ দাবী সচেতন লোকৰ।✅✅✅#behalidarpan