Public App Logo
Jansamasya
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
No video available

মাহমৰা: মৰাণহাট নাট্যমন্দিৰত জিলাভিত্তিত বিজেপিৰ 'গাঁও চলো অভিযান'ৰ কৰ্মশালা অনুষ্ঠিত, ৰাজ্যিক উপ-সভাপতি, জিলা সভাপতি উপস্থিত

Mahmora, Charaideo | Feb 8, 2024
মৰাণহাটত অৱস্থিত মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰত আজি বিজেপি দলৰ জিলাভিত্তিত 'গাঁও চলো অভিযান' সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দলৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাস, চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষীনাথ তাচা, উপ-সভাপতি ৰ'জকমল মহনকে ধৰি গাঁও চলো অভিযানৰ সকলো প্ৰৱাসী আৰু সংযোজকৰ দায়িত্বত থকা বিষয়ববীয়া, জিলা বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

MORE NEWS