মিচিং স্বায়ত্ব শাসিত পৰিষদৰ লোহিত খাবলুৰ ২৩ নং পৰিষদীয় সমষ্টিত " টাবুৰাম টাইদ শিক্ষা জ্যোতি আঁচনি"ৰ মেধাৱী ছাত্ৰ ছাত্ৰীক চেক বিতৰণ
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২৪ জন আৰু
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৩৪ জনক চেক প্ৰদান
জিলা ,ৰাজ্যিক, পুৰস্কাৰ লাভ কৰা সুদক্ষ খেলুৱৈক চেক বিতৰণ
জীৱন -জীৱিকাৰে স্বাৱলম্বী সুদক্ষ লোকক প্ৰমান পত্ৰ প্ৰদান