ধিং: শালমৰাবৰীত ধিং আৰক্ষীৰ অভিযানত ৩৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ গ্ৰেপ্তাৰ হোৱা দুটা ড্ৰাগছ সৰবৰাহকাৰীক জেল হাজোতলৈ প্ৰেৰণ
Dhing, Nagaon | Nov 6, 2024 ধিঙৰ শালমৰাবৰীত ধিং আৰক্ষীৰ অভিযানত ৩৬টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ গ্ৰেপ্তাৰ হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক বুধবাৰে বিয়লি প্ৰায় দুই মান বজাত জেল হাজোতলৈ প্ৰেৰণ কৰে ধিং আৰক্ষীয়ে।উল্লেখ্য যে ধিঙৰ শালমৰাবৰীত ধিং আৰক্ষীয়ে মঙলবাৰে নিশা চলোৱা অভিযানত ৩৬টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ গ্ৰেপ্তাৰ হয় দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ নাম মমতাজ বেগম আৰু আব্দুল ৱাহিদ। ড্ৰাগছ সৰবৰাহকাৰীক ধিং আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাৰ অন্তত বুধবাৰে বিয়লি জেল হাজোতলৈ প্ৰেৰণ কৰে ধিং আৰক