Public App Logo
Jansamasya
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
No video available

ভূৰাগাঁও: শনিবাৰে ৰেড ক্ৰছ ছচাইটি আৰু ভূৰাগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ বৰালিমাৰীত "অগ্নিনিৰ্বাপন" ৰ এদিনীয়া কৰ্মশালাৰ সফল সামৰণী।

Bhuragaon, Morigaon | Apr 6, 2024
শনিবাৰে ৰেড ক্ৰছ চোছাইটি ভূৰাগাঁও ব্ৰাঞ্চ আৰু অগ্নি নিৰ্বাপক ও আপাদ কালিন বাহিনীৰ উদ্যোগত বৰালিমাৰীত অগ্নিনিবাপনৰ এদিনীয়া কৰ্মশালা সম্পন্ন। শনিবাৰে পুৱা ১০ বজাৰ পৰা বৰালিমাৰী জাতীয় বিদ্যালয় প্ৰাঙ্গনত "অগ্নিনিৰ্বাপনৰ কৌশল আৰু সতৰ্কতা বিষয়ত" অনুষ্ঠিত এই কৰ্মশালা আবেলি ৩ বজাত সামৰণী পৰে। কৰ্মশালা টোৰ জৰিয়তে অঞ্চলৰ কেবা শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে বহু স্হানীয় লোকক অগ্নি নিৰ্বাপন কৰাৰ কৌশল পদৰ্শন কৰে অগ্নি নিৰ্বাপক বাহিনীৰ বিশেষঞ্জ সকলে।
ভূৰাগাঁও: শনিবাৰে ৰেড ক্ৰছ ছচাইটি আৰু ভূৰাগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ বৰালিমাৰীত "অগ্নিনিৰ্বাপন" ৰ এদিনীয়া কৰ্মশালাৰ সফল সামৰণী। - Bhuragaon News