Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
जनसमस्या
कांग्रेस
भाजपा
Congress
Modi
Delhi
Viral
Jharkhand
Iyc
Bollywood
दिल्ली
Patna
Breakingnews
महिला
Narendramodi
Madhya_pradesh
सोशल_मीडिया
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
Ipl
Uttarpradesh

ONGC ৰ অসম বিৰোধী নীতিৰ প্ৰতিবাদত শিৱসাগৰত ৰাজহুৱা সভা যুৱদল প্ৰেক্ষাগৃহত #everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026

Sibsagar, Sivasagar | Jun 7, 2026

MORE NEWS

শিৱসাগৰত গৰজি উঠিছে জাতীয় সংগঠন 

গুৱাহাটীত এগৰাকী খিলঞ্জীয়া ব্যক্তিক বিহাৰী সম্প্ৰদায়ৰ আলোক ত্ৰিপাঠীৰ শাৰীৰিক ভাৱে প্ৰহাৰ

আলোক ত্ৰিপাঠী কাবাডী সন্থাৰ বিষয়ববীয়া হোৱাৰ উপৰিও বিজেপিৰ নেতা 
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers

শিৱসাগৰত গৰজি উঠিছে জাতীয় সংগঠন গুৱাহাটীত এগৰাকী খিলঞ্জীয়া ব্যক্তিক বিহাৰী সম্প্ৰদায়ৰ আলোক ত্ৰিপাঠীৰ শাৰীৰিক ভাৱে প্ৰহাৰ আলোক ত্ৰিপাঠী কাবাডী সন্থাৰ বিষয়ববীয়া হোৱাৰ উপৰিও বিজেপিৰ নেতা #everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers

Sibsagar, Sivasagar | Jun 8, 2026

গুৱাহাটীৰ ঘটনাক লৈ সৰৱ শিৱসাগৰত শৃংখল চলিহা

বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় 

অন্যথা বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ 
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026

গুৱাহাটীৰ ঘটনাক লৈ সৰৱ শিৱসাগৰত শৃংখল চলিহা বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় অন্যথা বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ #everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026

Sibsagar, Sivasagar | Jun 8, 2026

অনা অসমীয়াই" অসমীয়া গ বেক ধ্বনি" 

শিৱসাগৰ আটাছুৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া---

অসমত অসমীয়াৰ অস্তিত্ব ক্ৰমান্বয়ে শেষ হবলৈ আৰম্ভ হৈছে---বসন্ত গগৈ।

কাৰ্বি আংলঙত চাইনিজ গ বেক ধ্বনি দিয়াত আমি নিমাত হৈ থাকিলো---

আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক আক্ৰমন কৰা হ'ল---

খিলঞ্জীয়া চৰকাৰখনে কি কৰিব আটাছুৰ সভাপতি বসন্ত গগৈৰ প্ৰশ্ন---

আলোক ত্ৰিপাঠী বিজয় গুপ্তাৰ বৰ ঘৰৰ মানুহ হোৱাৰ বাবেই বিজেপি চৰকাৰে ৰক্ষণাবেক্ষন দিব---

আলোক ত্ৰিপাঠীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী---

অনা অসমীয়াই" অসমীয়া গ বেক ধ্বনি" শিৱসাগৰ আটাছুৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া--- অসমত অসমীয়াৰ অস্তিত্ব ক্ৰমান্বয়ে শেষ হবলৈ আৰম্ভ হৈছে---বসন্ত গগৈ। কাৰ্বি আংলঙত চাইনিজ গ বেক ধ্বনি দিয়াত আমি নিমাত হৈ থাকিলো--- আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক আক্ৰমন কৰা হ'ল--- খিলঞ্জীয়া চৰকাৰখনে কি কৰিব আটাছুৰ সভাপতি বসন্ত গগৈৰ প্ৰশ্ন--- আলোক ত্ৰিপাঠী বিজয় গুপ্তাৰ বৰ ঘৰৰ মানুহ হোৱাৰ বাবেই বিজেপি চৰকাৰে ৰক্ষণাবেক্ষন দিব--- আলোক ত্ৰিপাঠীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী---

Sibsagar, Sivasagar | Jun 8, 2026

🛑তেল ডিপুত প্ৰৱঞ্চনাৰে বৃহৎ পৰিমাণৰ ডিজেল হৰলুকি কাণ্ডৰ মূল অভিযুক্ত শিৱসাগৰ আৰক্ষীৰ জালত ৷
🛑সুদীৰ্ঘ ছটা দিনৰ অন্তত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল মাষ্টাৰ মাইণ্ড সুভাষ দাস ৷
🛑নগৰৰ মাজমজিয়াৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত আটক তেলচোৰটো ৷
🛑শিৱসাগৰৰ নেমচাঁন্দ এণ্ড মানিক চাঁন্দ তেল ডিপুৰ পৰা ২ জুনৰ নিশা  প্ৰৱঞ্চনাৰে লুটি নিছিল ১ লাখ আশী হাজাৰ টকাৰ ডিজেল ৷
🛑ডিপু কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত ইছফাক আহমেদ নামৰ এজন যুৱকৰ লগতে এগৰাকী মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷
🛑আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ নিশাই ASO4- BC- 8126 আৰু ASO4, BC -- 8064 নম্বৰৰ দুখন বাহন জব্দৰ লগতে বি জি ৰোডৰ এটা চোৰাং তেল মজুদকৰণৰ বৃহত ঘাটী উৎখাত কৰিছিল ৷
🛑কিন্তু ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল প্ৰৱঞ্চনা কাণ্ডৰ মূল অভিযুক্ত সুভাষ দাস ৷
শিৱসাগৰ সদৰ আৰক্ষী থানাত পঞ্জীভূক্ত ১০২/২০২৬ নম্বৰৰ গোচৰ ভিত্তিত বি এন এচ ৬১(২)/৩১৬(২)/৩১৮(4) ৰ অধীনত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷
🛑স্মৰ্তব্য যে, ঘটনাৰ পিছতেই শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা মহিলা গৰাকী হৈছে  আজি আৰক্ষীৰ জালত পৰা সুভাষ দাসৰ পত্নী বুলি জানিব পৰা গৈছে ৷
🛑অভিযানৰ নেতৃত্ব দিয়া অপৰাধ শাখাৰ এ এচ পি মইদুল ইছলামে জানিবলৈ দিয়া মতে এই ঘটনাৰ সৈতে সম্পৰ্কৃত কেইবাজনো সম্প্ৰতি পলাতক হৈ আছে ৷

#news #followersreelsfypシ゚viralシfypシ゚viralシalシ #oursivasagar #sivasagar #NewsUpdate

🛑তেল ডিপুত প্ৰৱঞ্চনাৰে বৃহৎ পৰিমাণৰ ডিজেল হৰলুকি কাণ্ডৰ মূল অভিযুক্ত শিৱসাগৰ আৰক্ষীৰ জালত ৷ 🛑সুদীৰ্ঘ ছটা দিনৰ অন্তত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল মাষ্টাৰ মাইণ্ড সুভাষ দাস ৷ 🛑নগৰৰ মাজমজিয়াৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত আটক তেলচোৰটো ৷ 🛑শিৱসাগৰৰ নেমচাঁন্দ এণ্ড মানিক চাঁন্দ তেল ডিপুৰ পৰা ২ জুনৰ নিশা প্ৰৱঞ্চনাৰে লুটি নিছিল ১ লাখ আশী হাজাৰ টকাৰ ডিজেল ৷ 🛑ডিপু কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত ইছফাক আহমেদ নামৰ এজন যুৱকৰ লগতে এগৰাকী মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷ 🛑আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ নিশাই ASO4- BC- 8126 আৰু ASO4, BC -- 8064 নম্বৰৰ দুখন বাহন জব্দৰ লগতে বি জি ৰোডৰ এটা চোৰাং তেল মজুদকৰণৰ বৃহত ঘাটী উৎখাত কৰিছিল ৷ 🛑কিন্তু ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল প্ৰৱঞ্চনা কাণ্ডৰ মূল অভিযুক্ত সুভাষ দাস ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাত পঞ্জীভূক্ত ১০২/২০২৬ নম্বৰৰ গোচৰ ভিত্তিত বি এন এচ ৬১(২)/৩১৬(২)/৩১৮(4) ৰ অধীনত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ 🛑স্মৰ্তব্য যে, ঘটনাৰ পিছতেই শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা মহিলা গৰাকী হৈছে আজি আৰক্ষীৰ জালত পৰা সুভাষ দাসৰ পত্নী বুলি জানিব পৰা গৈছে ৷ 🛑অভিযানৰ নেতৃত্ব দিয়া অপৰাধ শাখাৰ এ এচ পি মইদুল ইছলামে জানিবলৈ দিয়া মতে এই ঘটনাৰ সৈতে সম্পৰ্কৃত কেইবাজনো সম্প্ৰতি পলাতক হৈ আছে ৷ #news #followersreelsfypシ゚viralシfypシ゚viralシalシ #oursivasagar #sivasagar #NewsUpdate

Sibsagar, Sivasagar | Jun 7, 2026

ONGC ৰ অসম বিৰোধী নীতিৰ প্ৰতিবাদত শিৱসাগৰত ৰাজহুৱা সভা যুৱদল প্ৰেক্ষাগৃহত #everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026 - Sibsagar News