Public App Logo
Jansamasya
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
No video available

মৰিগাঁও: ৰবিবাৰে মৰিগাঁও টাউনৰ১১ নং ৱাৰ্ডত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ মহম্মদ নাজাৰৰ।

Marigaon, Morigaon | Apr 7, 2024
ৰবিবাৰে আবেলি ৪ বজাত মৰিগাঁও টাউনৰ ১১ নং ৱাৰ্ডত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভা। সভা খনত উপস্হিত থাকি নগাঁও লোক সভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ প্ৰচাৰ চলাই লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে। নাজাৰে ভাষন প্ৰসঙ্গত আগন্তুক লোক সভা নিৰ্বাচনত নগাঁও লোকসভাত কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাই সভাত উপস্থিত হোৱা ৰাইজক।