Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

স্পষ্টীকৰণ: ডিব্ৰুগড়ৰ এনভিক ল'নছৰ ছুইমিং পুলত গা ধুবলৈ যোৱাৰ সময়ত দুই যুৱকৰ বেগৰ পৰা মোবাইল ফোন চুৰি হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ সন্দৰ্ভত মোবাইল ফোনৰ গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনায় যে, পূৰ্বে ৰাজা খান নামৰ এজন যুৱকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দাখিল কৰা গোচৰ তেওঁলোকে প্ৰত্যাহাৰ কৰিছে। তেওঁৰ ভাষ্য অনুসৰি, ঘটনাটো আচলতে ধেমালিৰ অংশ আছিল। সেই ধেমালিক ভুলবশতঃ চুৰি বুলি ভাবি আৰক্ষীৰ কাষ চাপিছিল। ইয়াৰ লগতে মোবাইলৰ গৰাকীয়ে স্বীকাৰ কৰে যে, সংবাদ মাধ্যমৰ আগতো ভুলবশতঃ ৰাজা খানৰ নাম উল্লেখ কৰিছিল। এই ভুলৰ বাবে তেওঁ দুঃখ প্ৰকাশ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ স্পষ্টীকৰণ আগবঢ়ায়।