Public App Logo
Jansamasya
Iranusconflict
Tribute
Infrastructure
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
Jharkhand
Rajasthan
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
Crimenews
Nda
School
Cbi

নলবাৰী: সমগ্ৰ ৰাজ্যৰ লগতে চহৰতো স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ তৃতীয় দিনাও

Nalbari, Nalbari | Nov 5, 2025
সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ। প্ৰতিবাদ মুখৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা । মুল আঠটাকৈ দাবীৰে কৰ্মবিৰতি ও অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিলে স্বাস্থ্য কৰ্মীয়ে । মুঠ ৮ দফীয়া দাবীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্বাস্থ্য কৰ্মী আৰু কৰ্মচাৰী সন্থাই তিনিদিনীয়াকৈ এই কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

MORE NEWS