Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
No video available

গুৱাহাটী: নিৰ্বাচনত সহায় সহযোগিতা বিচাৰি জ্যোতিনগৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ

দেওবাৰে দিনৰ ৪.৩০ বজাত জ্যোতিনগৰ সাহিত্য সভা, জ্যোতিনগৰ দুর্গামন্দিৰ সমিটি, জ্যোতি নগৰ মছজিদ সমিটি, জ্যোতি নগৰ সংঘ, জ্যোতিনগৰ মহিলা সমিতি, মধ্য জ্যোতিনগৰ অমৃতা সংঘ, জ্যোতিনগৰ শংকৰ মন্দিৰ সমিতি, জ্যোতিনগৰ নাগৰিক সমাজৰ একত্রিত উদ্যোগত জ্যোতিনগৰ তিনিআলি স্থিত দা শিৱাঙ্গী পেলেচত উপস্থিত বিজুলী কলিতা মেধি ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে নিৰ্বাচনৰ সহযোগিতা আগবঢ়োৱাৰ আহ্বান সংগঠনে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজুলী কলিতা মধি ৷