চাবুৱা: ৰহমৰীয়াৰ থানাই চাহ বাগিচাৰ এজন ব্যৱসায়ীক আলফা(স্বা)ৰ নাম লৈ ফোন যোগেৰে ধন দাবীৰ অভিযোগ, আৰক্ষী থানাত অভিযোগ দাখিল
উজনি অসমত বৰ্তমানেও সক্ৰিয় আলফা স্বাধীন। ডিব্ৰুগড়ৰ চাবুৱাত আলফা স্বাধীনে ধন দাবী কৰা অভিযোগ এজন ব্যৱসায়ীয়ক। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাম লৈ ৪০ জনীয়া এটা দলে দাবী কৰাৰ অভিযোগ। আজি বৃহস্পতিবাৰে দিনৰ ১২ বজাত অভিযোগকাৰী আজাদ হুচেইনে অৱগত কৰে সমগ্ৰ ঘটনা।