Public App Logo
Profile Picture

Dibru Times

@arindram93
1640Followers
20Following
নাহৰকটীয়া: নাহৰকটীয়া সমজিলা প্ৰশাসনৰৰ উদ‍্যোগত অনুষ্ঠিত ড° ভূপেন হাজৰিকা মৃত্যু তিথিত অংশগ্ৰহণ কৰে বিধায়ক তৰংগ গগৈয়ে
নাহৰকটীয়া: নাহৰকটীয়াত অনুষ্ঠিত হব লগীয়া প্ৰথম টছেন বড়া সোঁ‌ৱৰণি ফুটবল প্ৰতিযোগিতাৰ বুজ ললে বিধায়ক তৰংগ গগৈয়ে
পূব ডিব্ৰুগড়: চৌকিডিঙ্গী খেলপথাৰত জিলা প্ৰশাসনৰ উদ‍্যোগত অনুষ্ঠিত ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ
পূব ডিব্ৰুগড়: লাহোৱালৰ ব্ৰহ্মপুত্ৰ নদীত অঘটন, বুদ্ধ পূৰ্ণিমা উপলক্ষে অকলেণ্ড ঘাটত গা ধুবলৈ গৈ সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰ
পূব ডিব্ৰুগড়: লাহোৱলৰ ব্ৰহ্মপুত্ৰ নৈত অঘটন, বৌদ্ধ পূৰ্ণিমা উপলক্ষে অকলেণ্ড ঘাটত গা ধুবলৈ গৈ সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ
পূব ডিব্ৰুগড়: মিলন নগৰ আৰক্ষীয়ে আটক কৰে অইলত চাকৰি দিয়াৰ নামত ধন লোৱা প্ৰান্টু দাস নামৰ এটা প্ৰবঞ্চকক
পূব ডিব্ৰুগড়: জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত দ্বিতীয় দিনাও অব‍্যাহত NHM কৰ্মী সকলৰ আন্দোলন
নাহৰকটীয়া: নাহৰকটীয়াত অনুষ্ঠিত টছেন বঢ়া সোঁৱৰণী আন্তঃক্লাৱ  ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিধায়ক তৰংগ গগৈয়ে
টিংখং: বিজেপি টিংখাং সমষ্টিৰ সামাজিক মাধ্যম কোষৰ কাৰ্যকৰ্তাসকলৰ সৈতে নিজ কাৰ্যালয়ত মত বিনিময় কৰে মন্ত্ৰী বিমল বৰাই
পূব ডিব্ৰুগড়: জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এএমচিএইচৰ প্ৰেক্ষাগৃহত চিকিৎসা কৰ্মী সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় জুবিনৰ জীৱনভিত্তীক নাট
মৰাণ: জৰাজীৰ্ণ পথৰ মেৰামতিৰ দাবীৰে খোৱাং সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ
মৰাণ: টাই আহোমক জনজাতিকৰণৎ দাবীৰে মৰাণত টাইপাৰ জোঁৰ সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ
পূব ডিব্ৰুগড়: সদৰত প্ৰয়াত অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীনে
নাহৰকটীয়া: নাহৰকটীয়াত হব লগীয়া প্ৰথম বাৰ্ষিক টছেন বড়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ কাম-কাজৰ বুজ ললে বিধায়ক তৰংগ গগৈয়ে
নাহৰকটীয়া: জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জিলা উদ্যোগ সমাগমৰ শুভ উদ্বোধন কৰে বিধায়ক তৰংগ গগৈয়ে
পূব ডিব্ৰুগড়: "গেৰান্টি দি কৈছোঁ মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই জুবিনক কেতিয়াও ন‍্যায় দিব নোৱাৰে" সদৰত মন্তব্য বিধায়ক অখিল গগৈৰ
পূব ডিব্ৰুগড়: জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰাপ্য বিচাৰি প্ৰতিবাদ NHM কৰ্মচাৰীৰ
পূব ডিব্ৰুগড়: মাইজানৰ বৰশ‌ইকীয়া গাঁৱত অব‍্যাহত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়া, আতংকিত নৈ পৰীয়া
পশ্চিম ডিব্ৰুগড়: খোৱাং সমষ্টিৰ গৰুধৰীয়াত অসীম হাজৰিকা অনুৰাগী মঞ্চৰ উদ‍্যোগত অনুষ্ঠিত হয় সমন্বয় ফুটবল প্ৰতিযোগিতা
পূব ডিব্ৰুগড়: সত্ৰীয়া কলা কৃষ্টি কেন্দ্ৰ উদ‍্যোগত চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হব ৰাসলীলা, সদৰত অন্তিম আখৰাত ব‍্যস্ত শিল্পী সকলৰ
পূব ডিব্ৰুগড়: ৰৈ ৰৈ বিনালে চাবলৈ তৃতীয় দিনাও হাউচফুল মহানগৰৰ গেলেৰীয়া চবিগৃহত, চিনেমা চাই হুকহুকাই কান্দি উঠিল জুবিনৰ অনুৰাগী
পূব ডিব্ৰুগড়: টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত সদৰত বিশাল জোঁৰ সমদল টাইপাৰ
পূব ডিব্ৰুগড়: প্ৰয়াত শিল্পী চৈয়দ চাদুল্লাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে
পূব ডিব্ৰুগড়: সাহিত্যিক ড° নগেন শ‌ইকীয়ালৈ সদসি ৱৰেণ্য : প্ৰবুদ্ধ সন্মান, সদৰত অসম সাহিত্য সভাই প্ৰদান কৰে এই সন্মান
পূব ডিব্ৰুগড়: জুবিন গাৰ্গৰ ন‍্যায়ৰ প্ৰসংগকলৈ সদৰত মুখ‍্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছৰ সাংসদ প্ৰদ‍্যুৎ বৰদলৈৰ