Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
बिहार
कांग्रेस
मौत
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी

বাক্সা: ২১ নং শালবাৰী সমষ্টিৰ এমছিএলএ দিগন্ত গয়াৰীৰ ভিচিডিচিৰ সদস্য সকলক লৈ সভা অনুষ্ঠিত

Baska, Baksa | Nov 9, 2025
২১ নং শালবাৰী সমষ্টিৰ এমছিএলএ দিগন্ত গয়াৰীৰ ভিচিডিচিৰ সদস্য সকলক লৈ সভা অনুষ্ঠিত। আজি শালবাৰীত ভিচিডিচিৰ সদস্য সকলক লৈ আগন্তুক দিনত উন্নয়ন সম্পৰ্কে সভা অনুষ্ঠিত কৰে। আজিৰ সভাত এমছিএলএ দিগন্ত গয়াৰী সৈতে দলৰ বিষয়ববীয়া সকলে উপস্থিত থাকে ।

MORE NEWS