Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
No video available

সাপেখাতী: চৰাইদেউ বৰহাট মণ্ডলৰ ৪২ নং বুথত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক আৰু বিজেপিৰ জিলা সভাপতিয়ে

Sapekhati, Charaideo | Mar 28, 2024
আজি বৰহাট মণ্ডলৰ ৪২ নং বুথত যোৰহাট লোকসভা মিত্ৰ- জোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ দেৱৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক আৰু বিজেপিয়ে জিলা সভাপতিয়ে । সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা অগপৰ সভাপতি নাৰায়ণ লাহন, চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ- সম্পাদক, যুৱ মৰ্চাৰ জিলা সভাপতি ৰূপম গগৈ, মণ্ডলৰ সভানেত্ৰী পূৰৱী দুৱৰা গগৈ, সোণাৰি পৌৰসভাৰ আয়ুক্ত তথা বৰহাট মণ্ডলৰ প্ৰভাৰি গিৰিন গগৈ উপস্থিত থাকে ।