আজি বিশ্ব ৰ*ক্ত*দা*তা দিৱস
আজি মাজুলীৰ চামগুৰি সত্ৰৰ অতিথি গৃহত পালন কৰা হ’ল বিশ্ব ৰ*ক্ত*দা*তা দিৱস---
গড়মূৰৰ পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ৰ উদ্যোগত আৰু মাজুলী বেকপেকাৰচ ইন, চামগুৰি সত্ৰ যুৱক বৃন্দ, সেৱা ভাৰতী পূৰ্বাঞ্চল, টীম হিউমেনিটি, মাজুলী জিলা বিজেপি সমিতি, AJYCP মাজুলী জিলা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (ABVP) যৌথ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।