Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদৰ পোষ্টাৰক লৈ সমালোচনা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

মঙলবাৰে দিনৰ ১২.৩০ বজাত উলুবাৰীস্থিত কৃষি বিভাগৰ কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ চৌহদত লাগি থকা বিজেপি পোষ্টাৰক লৈ সমালোচনা গুৱাহাটী লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ ৷ নিৰ্বাচনৰ সময়ল ক’ড অৱ কণ্ডাক্ট লাগি থকা সময়ত বিজেপি নিৰ্বাচন বিধি ভংগ কৰি এনেদৰে বিজেপি পোষ্টাৰ লগাই ৰাখিছে ৷ যদি এনেকুৱাই হয় তেনে ৰাহুল গান্ধীৰ ফটো লগোৱা হ’ব বুলি মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ ৷
গুৱাহাটী: কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদৰ পোষ্টাৰক লৈ সমালোচনা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ - Guwahati News