ওদালগুৰি: বড়োবজাৰত বাথৌ ধৰ্মৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়, উপস্থিত থাকে বিধায়ক চৰণ বড়ো
জিলা বাথৌ মহাসভাৰ অন্তৰ্গত জিলা যুৱ শাখাৰ ২৪ সংখ্যক বাথৌ ধৰ্মৰ আলোচনা চক্ৰ এখন বড়োবজাৰত অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত বিধায়ক চৰণ বড়োয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজৰ সতে মত বিনিময় কৰে। ইপিনে উক্ত আলোচনা চক্ৰত বিধায়ক গৰাকীৰ সতে জিলা বাথৌ মহাসভাৰ বিষয় ববিয়া, জিলা যুৱ শাখাৰ সভাপতি/ সম্পাদকৰ লগতে অঞ্চলৰ বাথৌ ধৰ্মীয় ৰাইজ উপস্থিত থাকে।