ধুবুৰী ভাগ: গৌৰীপুৰ বেপাৰীপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন
গৌৰীপুৰ বেপাৰীপট্টিত আল্ট্ৰাবাছ আৰু অটোৰিক্সাৰ মাজত মুখা মুখি সংঘৰ্ষ। অটোৰিক্সাত থকা যাত্ৰী এজনৰ ওপৰেদি পাৰহৈ যায় আল্ট্ৰা বাছৰ চকা ফলত থিতাতে নিহত হয় এগৰাকী যাত্ৰীৰ আৰু বহু কেইগৰাকী যাত্ৰীৰ সংকট জনক বুলি জানিব পৰা গৈছে।