Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

মাহমৰা: মাহমৰা খুমটাইত ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ চৌপাল কাৰ্যসূচী অনুষ্ঠিত

Mahmora, Charaideo | Mar 3, 2024
চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা অন্তৰ্গত খুমটাই গাঁও পঞ্চায়তৰ ৪৩, ৪৪, ৪৫ নং বুথত শনিবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত যুৱ চৌপাল কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । কাৰ্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সমষ্টি নেতা সকলৰ লগতে স্থানীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।